অসম ভূমি

শিলনি,পৱন আৰু পানী ৰূপ ৰূপালী অক্লান্ত শান্তিৰে বৈ থকা পানীৰ শিল-শিলনি পদুমৰ পাহিতকৈও মন মোহিত অসম ভূমি সেন্দুৰীয়া ফল - ফুল সেউজ আৰু ছয় ৰঙেৰে বোলোৱা গছৰ ঠাল ঠেঙুলি পাত লতা-বৃক্ষ-তৃণ এই আইৰ বুকু যত-তত উখোৰা মোখোৰা তথাপি ৰ লগা এই আই মোৰ মাতৃ ভূমি এফালে পাহাৰপৰ্বতেৰে আৱৰা পাহাৰ পৰ্বতৰ মাজে মাজে বৈ অহা নদ নদী কঢ়িয়াই আনে বিভিন্ন ৰঙচুৱা ৰঙৰ আশাৰ বতৰা আৰু বহুতো উপহাৰ হে আই তুমিয়ে অসমী আই তুমিয়ে শান্তিৰ আই কৈ যোৱা কৈ যোৱা অসমী আইৰ মহানতা গুণ তথাপি নহয় শেষৰ শাৰী ইয়াতে ৰাখিলোঁ আধৰুৱা হৈ ৰল তথাপিও আধাতে বজালো শেষ শাৰীৰ শেষ ডংকা

অন্তৰৰ খবৰ

  অন্তৰৰ খবৰ  ~~~~~~~~~~~~~~~                                                                            শ্ৰীনয়ন জ্যোতি গোৱালা  হিদয়ৰ আধা ...