কোনে জানে কাৰ ভালপোৱা কত পোৱা যাব কাৰ হিদয়ৰ মৰম বোৰত মোৰ নামটো জিপালিত হৈ থাকিব ।
আতঁৰি যোৱাৰ পিছতো কোনে পুহি ৰাখে ভালপোৱা
ভৰ বাৰিষাৰ বিষাদত ডুবি ব্ৰহ্মপুত্ৰৰ দৰে মই বিচাৰি ফুৰো আ জীৱন ভালপোৱা
তুমি আহিলা শিকালা দেখোৱালা বাস্তৱৰ দৰে সাংঘাটিক মিচা ভালপোৱা
তথাপিও ভালপোৱা আৰু তুমি নহয় মোৰ শত্ৰুতা ভালপোৱা সদায় ভালপোৱা হৈ থাকিব তাত নাই কোনো সন্দেহ নাই কোনো মিচা
কোনে জানে কাৰ ভালপোৱা কত পোৱা যাব কাৰ হিদয়ৰ মৰম বোৰত মোৰ নামটো জিপালিত হৈ থাকিব ।